thumbnail

তামুলপুৰৰ বিজয়ী প্ৰাৰ্থী জলেন দৈমাৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

By

Published : Nov 2, 2021, 5:27 PM IST

Updated : Nov 2, 2021, 7:27 PM IST

ৰাজ্যৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা সমাপ্ত হ’ল । মঙলবাৰে ঘোষণা কৰা উপ-নিৰ্বাচনত জয়লাভ তামুলপুৰ বিধানসভা সমষ্টিৰ uppl ৰ প্ৰাৰ্থী জ্বলেন দৈমাৰীৰ । মুঠ 57059 টা ভোটৰ ব্যৱধানত তামুলপুৰত জলেন দৈমাৰীয়ে জয়লাভ কৰিছে ৷ ইফালে তামুলপুৰৰ নৱ-নিৰ্বাচিত বিধায়ক গৰাকীয়ে অনাগত সময়ছোৱাত সমষ্টিৰ উন্নয়ন, নিবনুৱা সমস্যাকে ধৰি বিভিন্ন সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰিছে ।
Last Updated : Nov 2, 2021, 7:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.