স্বর্ণিম বিজয় দিৱস উদযাপন কৰিলে আছাম ৰাইফলৰ শিলচৰ শাখাই - স্বর্ণিম বিজয় দিৱস উদযাপন কৰিলে আচাম ৰাইফলৰ শিলচৰ শাখাই
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13486892-thumbnail-3x2-jdjjd.jpg)
স্বর্ণিম বিজয় দিৱস উদযাপন কৰিলে আই.জি.এ.আৰ আছাম ৰাইফলৰ শিলচৰ শাখাই । এই উপলক্ষে অনুষ্ঠিত সভাত দেশৰ বাবে নিঃস্বাৰ্থ সেৱা আগবঢ়োৱা জোৱান সকলক সন্মানিত কৰা হয় ৷ অনুষ্ঠানত কেইবাগৰাকী আছাম ৰাইফলৰ শীৰ্ষ বিষয়া উপস্থিত থাকে ৷