মন্দিৰত লুঙি টুপি উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য কৰিমগঞ্জৰ চান্দখানিত

By

Published : Oct 20, 2021, 9:34 PM IST

Updated : Oct 20, 2021, 10:35 PM IST

thumbnail
কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ চান্দখানি গাঁৱৰ কালাচান্দ মন্দিৰত লুঙি টুপি আদিকে ধৰি বিভিন্ন সামগ্ৰী উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । স্থানীয় ৰাইজে মন্দিৰৰ গছত সামগ্ৰীখিনি ওলমাই থোৱা অৱস্থাত উদ্ধাৰ কৰে । এই ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় লোকে খবৰ দিয়ে নিলামবজাৰ আৰক্ষী থানাত । আৰক্ষীয়ে সামগ্ৰীখিনিৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে শান্তি-শৃংখলাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত মোতায়ন কৰা হৈছে CRPF বাহিনী ৷
Last Updated : Oct 20, 2021, 10:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.