প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিশ্বাসভাজন অধিবক্তাগৰাকী...

By

Published : Nov 26, 2020, 4:58 PM IST

thumbnail
সহজ সৰল ব্যক্তি হিচাপে অত্যন্ত জনপ্ৰিয় আছিল সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ গগৈৰ পৰিয়ালৰ সদস্যৰ দৰেই ঘনিষ্ঠ আছিল নগাঁৱৰ এগৰাকী অধিবক্তা ৷ সাংসদ হিচাপে তৰুণ গগৈ নিৰ্বাচিত হোৱাৰ সময়ত বিধায়ক পদৰ পৰা পদত্যাগ কৰা পত্ৰখনো লিখিছিল এইগৰাকী অধিবক্তাই ৷ বহু সময়ত অধিবক্তাগৰাকীক উকা কাগজত গগৈয়ে চহী কৰি দিছিল ৷ ইয়াতেই প্ৰকাশ পায় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সকলোকে আপোন কৰি লব পৰা মানসিকতা ৷ নগাঁৱৰ কোন অধিবক্তাই সক্ষম হৈছিল তৰুণ গগৈৰ বিশ্বাস বুটলিবলৈ? চাওঁক আমাৰ এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.