হোজাই জিলাত শিলৰ দুৰ্গা প্ৰতিমা চাবলৈ ভিৰ কৰিছে ভক্তই - আকৰ্ষণৰ কেন্দ্ৰবিন্দু

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 14, 2021, 3:40 PM IST

হোজাইৰ প্ৰস্তৰৰ দুৰ্গা প্ৰতিমাৰ পূজা এইবাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । জিলাখনত পাথৰৰ দুৰ্গা প্ৰতিমাৰে প্ৰথম বাৰৰ বাবে এইবাৰ পূজা কৰা হৈছে । উল্লেখযোগ্য যে, পূব ধনিৰাম পথাৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে সুদূৰ জয়পুৰৰ পৰা অনা পাথৰৰ দুৰ্গা প্ৰতিমাৰে আৰম্ভ কৰিছে দুৰ্গা পূজা ভাগ । প্ৰায় দুবছৰ পূৰ্বে এই প্ৰতিমাভাগ বনোৱাৰ বাবে কৰা হৈছিল অৰ্ডাৰ । প্ৰতিমা নিৰ্মাণত প্ৰায় চাৰি লাখ টকা ব্যয় কৰা হৈছে বুলি পূজা পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে । উল্লেখযোগ্য যে, 2006 চনৰ পৰাই পূজাভাগ অনুষ্ঠিত কৰি আহিছে পূজা সমিতিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.