প্ৰলয় নামিছে অৰুণাচল প্ৰদেশত, যোগাযোগ বিচ্ছিন্ন বহিঃবিশ্বৰে - WEST KAMENG DISTRICT
🎬 Watch Now: Feature Video

হঠাতে বিভীষিকা নামি আহিছে অৰুণাচল প্ৰদেশলৈ ৷ অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ নাগ মন্দিৰৰ সমীপত সোমবাৰে সংঘটিত হৈছিল ভয়ংকৰ ডাৱৰ বিস্ফোৰণ ৷ সমান্তৰালভাৱে পাহাৰৰ পৰা নামি অহা নিমিষতে উটুৱাই নিয়ে এটা কালভাৰ্ট,এখন হোটেল আৰু কেইবাটাও ঘৰ ৷ চাওক আমাৰ এক প্ৰতিবেদন...
Last Updated : Jul 10, 2019, 7:41 PM IST