চৰকাৰী ব্যয়ত অনুষ্ঠিত হ'ব ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহী সভা - State BJP executive meeting
🎬 Watch Now: Feature Video

ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত খৰচ কৰা হৈছে চৰকাৰী টকা । এই অভিযোগ উত্থাপন কৰিলে CPI নেতা চন্দন চক্ৰৱৰ্তী ৷ তেওঁ কয়, 'বিজেপিৰ কাৰ্যনিৰ্বাহী সভাৰ উপলক্ষে কৰিমগঞ্জ জিলাৰ আৱৰ্ত ভৱনৰ লগতে পুনৰ নিৰ্মাণ কৰা হৈছে ৰাজপথ ৷ য'ত ব্যয় কৰা হৈছে চৰকাৰী টকা ৷' উল্লেখ্য যে, 23 আৰু24 ডিচেম্বৰত কৰিমগঞ্জত আনুষ্ঠিত হ'ব ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা ৷