বৰফ পৰা আৰম্ভ হৈছে অৰুণাচল প্ৰদেশৰ চেলা পাছত - চেলা পাছ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13461962-thumbnail-3x2-hdhhd.jpg)
অক্টোবৰ মাহৰ শেষৰ পৰা বৰফ পৰা আৰম্ভ হৈছে চেলা পাছত । ভিৰ কৰিছে বহিঃৰাজ্যৰ পৰ্যটক সকলেও ৷ ইফালে, উত্তজনা অব্যাহত আছে ভাৰত-চীন সীমান্তত ৷ চেলা পাছৰ সামগ্ৰিক পৰিস্থিতিক লৈ ইটিভি ভাৰত অসমৰ বিশেষ প্ৰতিবেদন ।
Last Updated : Oct 26, 2021, 7:21 PM IST