thumbnail

By

Published : Aug 9, 2021, 8:53 PM IST

ETV Bharat / Videos

ETV Exclusive : অসমলৈ ক’ৰ পৰা কেনেকৈ সৰবৰাহ হয় ড্ৰাগছ ?

সমাগত স্বাধীনতা দিৱস । স্বাধীনতা দিৱস উপলক্ষে বিশেষভাৱে তৎপৰ হৈছে আৰক্ষী-প্ৰশাসন । ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত নৰ্ডাণ ৰেঞ্জৰ অধীনত থকা শোণিতপুৰ, বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ দায়িত্বত থকা অসম আৰক্ষীৰ উপ মহা পৰিদৰ্শক প্ৰশান্ত কুমাৰ ভূঞাৰ সৈতে ইটিভি ভাৰতৰ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ বিশেষ সাক্ষাৎকাৰ ৷ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এইবাৰ প্ৰশাসনৰ ফালৰ কি ধৰণে প্ৰস্তুতি চলাইছে চাওক সবিশেষ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.