ETV Bharat / state

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল - DAILY HOROSCOPE FOR 15TH NOVEMBER

কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

DAILY HOROSCOPE FOR 15TH NOVEMBER 2024
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Nov 15, 2024, 12:40 AM IST

মেষ ৰাশি : দিনটো কিছু কঠিন ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে ৷ সন্ধিয়া সৰু যাত্ৰা হʼব পাৰে ৷ সন্ধিয়ালৈ মনৰ আশাৰ পূৰণ হ’ব ৷ দিনটো আনন্দময় হ’ব ৷

বৃষ ৰাশি : দিনটো মধ্যমীয়া ৷ যুক্তিৰে সকলো কথাৰ বিচাৰ বিবেচনা কৰিব ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ বন্ধুৰ আগত মনৰ দুঃশ্চিন্তা প্ৰকাশ নকৰিব ৷ বিপদত পৰিব পাৰে ৷ প্ৰেমত শুভ ৷

মিথুন ৰাশি : দিনটো মধ্যমীয়া ৷ নিজৰ ওপৰত ভাৰসা ৰাখক ৷ লক্ষ্যত সফল ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধি, লাভাৰ্জন ৷

কৰ্কট ৰাশি : দিনটোৰ বেছি সময় প্ৰাৰ্থনা আৰু মন্দিৰ ভ্ৰমণতে যাব ৷ ধৰ্মমূলক যাত্ৰাই লাভ কঢ়িয়াই আনিব ৷ পৰিয়ালৰ সৈতে আনন্দৰেৰে সময় কটাব পাৰিব ৷ স্বাস্থ্য উন্নত ৷ গ্ৰহৰ স্থান ভাল ৷

সিংহ ৰাশি : দিনটো শুভ ৷ কর্মৰ খাতিৰত দূৰৱৰ্তী যাত্ৰা হʼব পাৰে ৷ এই যাত্ৰাই কৰ্ম-ব্যৱসায়ত সফলতা প্ৰাপ্ত হ’ব ৷

কন্যা ৰাশি : দিনটো শুভ ৷ মানসিক স্থিতি উন্নত ৷ কাৰ্মত সফল লাভ ৷ কাৰ্ম জীৱনত বেয়া প্ৰভাৱ পৰিব পাৰে, তথাপিও ধৈৰ্যৰে কাৰ্ম কৰক ৷ লাভৱান হ’ব ৷

তুলা ৰাশি : কামৰ পৰা মুক্ত অনুভৱ কৰিব | দিনটো আনন্দময় হʼব ৷ পৰিয়ালৰ সৈতে সম্পর্ক উন্নত ৷ সন্তানৰ যতন লওক ৷

বৃশ্চিক ৰাশি : দিনটো শুভ ৷ স্বাস্থ্য উন্নত ৷ হঠাৎ বৃহৎ ধন লাভ ৷ অত্যাধিক খৰচৰ পৰা নিজকে আঁতৰাই ৰাখক ৷

ধনু ৰাশি : দিনটো মধ্যমীয়া ৷ আইনী কাগজ-পত্ৰত চহী কৰোতে কিছু সাৱধানতা অৱলম্বন কৰক ৷ মাতৃৰ স্বাস্থ্যৰ যতন লওক ৷ স্বাস্থ্যৰ যতন লওক ৷

মকৰ ৰাশি : দিনটো মধ্যমীয়া ৷ বন্ধু আৰু পৰিয়ালৰ সৈতে পাৰ্টি হ’ব পাৰে ৷ ভ্ৰমণৰ যোগ ৷ ব্যক্তিগত কাৰ্যালয়ৰ বাবে মাটি কিনিবৰ বাবে পৰিকল্পনা কৰিব পাৰে ৷ লাভৱান হ’ব ৷ নতুন ব্যবসায় আৰম্ভ কৰিব পাৰে ৷ স্বাস্থ্য উন্নত ৷

কুম্ভ ৰাশি : সৰু-সুৰা দুৰ্ব্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ খং-ৰাগৰ নিয়ন্ত্ৰণ কৰক ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ সন্ধিয়া প্ৰায় শুভ ৷

মীন ৰাশি : দিনটো শুভ ৷ বিবাহৰ যোগ ৷ বিবাহৰ সংযোগত সফল লাভ ৷ প্ৰেমত শুভ ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.