thumbnail

আটছাৰ সাধাৰণ সম্পাদক পৱন বেদিয়াৰ সৈতে প্ৰাসংগিক প্ৰেক্ষাপট

By

Published : Nov 15, 2020, 11:19 AM IST

Updated : Jan 15, 2021, 11:01 PM IST

চাহ জনগোষ্ঠী অসমৰ এটা অবিচ্ছেদ্য অংগ ৷ স্বকীয় সংস্কৃতিৰে অসমৰ জাতীয় জীৱনক চহকী কৰি তোলা জনগোষ্ঠীটোৰ আছে এক বৰ্ণিল ইতিহাস ৷ স্বাধীনতাৰ 73 টা বছৰ পিচতো আজিকোপতি সমাধান নহ'ল জনগোষ্ঠীটোৰ বিভিন্ন ধৰণৰ সমস্যা ৷ নিৰ্বাচনৰ সময়ত কেৱলমাত্ৰ ভোট বেংকৰ বাবে প্ৰতিখন চৰকাৰে ব্যৱহাৰ কৰে নেকি জনগোষ্ঠীটোক ? এই সকলোবোৰ দিশ সামৰি এইবাৰৰ প্ৰাংসগিক প্ৰেক্ষাপটৰ অতিথি সদৌ অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৱন বেদিয়া
Last Updated : Jan 15, 2021, 11:01 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.