প্ৰতিকূল পৰিবেশৰ মাজতো সোণাৰীত অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া - সোমবাৰে ৰাজ্যত অনুষ্ঠিত হৈছে 4 সমষ্টিৰ উপ নিৰ্বাচন
🎬 Watch Now: Feature Video

সোমবাৰে ৰাজ্যত অনুষ্ঠিত হৈছে 4 সমষ্টিৰ উপ নিৰ্বাচন ৷ প্ৰতিকূল পৰিবেশৰ মাজতো সোণাৰীত অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ অসম-নাগালেণ্ড সীমান্তৰ এটা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা আমাৰ সাংবাদিকৰ প্ৰতিবেদন