ঢকুৱাৰে স্বাৱলম্বীতাৰ সপোন দেখা এজাক উদ্যমী মহিলা - এজাক উদ্যমী মহিলা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4175714-thumbnail-3x2-i.jpg)
আমগুৰি, 19 আগষ্টঃ আমগুৰিৰ মিছাজান প্ৰগতি গ্ৰাম্য সংগঠনৰ এজাক মহিলাই প্লাষ্টিকৰ সামগ্ৰী বৰ্জন কৰি পৰিৱেশ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰিছে ঢকুৱাৰে নিৰ্মিত সামগ্ৰী। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিছন অন্তৰ্গত মিছাজান চাৰিআলিত স্থাপন কৰা এই ক্ষুদ্ৰ উদ্যোগটোত ঢকুৱাৰ পৰা তৈয়াৰ কৰা হয় সৰু-ডাঙৰ বিভিন্ন আকৃতিৰ প্লেট ৷ এক প্ৰতিবেদন................