শিৱসাগৰত সুৰভী ৰাজকুঁৱৰীয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ - সুৰভী ৰাজকুঁৱৰীয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ
🎬 Watch Now: Feature Video

১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীয়ে শিৱসাগৰ নগৰৰ থানুৰাম গগৈ সোঁৱৰণী ৪৪ নং ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে ৷