অসম চুক্তিৰ সংশোধনীঃ বৰাকত উপস্থিত 6 জনীয়া প্ৰতিনিধি দল - 6 SCHEDULE of Indian Constitution news
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-5072068-thumbnail-3x2-silchar.jpg)
সম্প্ৰতি অসম চুক্তিৰ 6 নং দফাৰ সংশোধনীৰ কাম চলি আছে ৷ সেই নিমিত্তে বৰাকৰ ছাত্ৰ সমাজৰ লগতে বিভিন্ন সংগঠনৰ লগত মত বিনিময় কৰিবলৈ শুক্ৰবাৰে শিলচৰত উপস্থিত হয় এক উচ্চস্তৰীয় কমিটি । অৱসৰপ্ৰাপ্ত বিচাৰপতি বি কে শৰ্মাৰ নেতৃত্বত অহা দলটোত আছে - প্ৰাক্তন অতিৰিক্ত মুখ্যসচিব এচ দাস,প্ৰাক্তন ডি জি পি পল্লৱ ভট্টাচাৰ্য,নৰ্থ ইষ্ট লাইভৰ প্ৰধান সম্পাদক ৱাচবীৰ হুছেইন, বিশিষ্ট লিখক সুমন্ত চলিহা আৰু আছুৰ সভাপতি দীপাংক নাথ । চাওঁক এই সন্দৰ্ভত আমাৰ সাংবাদিকে প্ৰস্তুত কৰা এক প্ৰতিবেদন-