পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ পৰিস্থিতি - চিকিৎসালয়
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13593708-thumbnail-3x2-hjjjjj.jpg)
ওদালগুৰিৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত চিকিৎসকৰ অভাৱত হাহাকাৰ কৰিছে ৰোগীয়ে ৷ দিনৰ 11 বজাৰ লৈকে চিকিৎসালয়খনত চিকিৎসক উপস্থিত নথকাৰ অভিযোগ স্থানীয় লোকৰ ৷ ইফালে মাহত অধিকাংশ দিনেই দায়িত্ব থকা চিকিৎসক গৰাকীয়ে চিকিৎসালয়ত পলমকৈ উপস্থিত হয় বুলি অভিযোগ উত্থাপন কৰিছে চিকিৎসালয়খনৰ আন কৰ্মী সকলে ৷