বিশিষ্ট ঢুলীয়া শিল্পী তুলসী নেওগ ওজালৈ শিল্পৰত্ন অসম বঁটা - তুলসী নেওগ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 6, 2019, 3:21 PM IST

বিশিষ্ট ঢুলীয়া শিল্পী তুলসী নেওগ ওজালৈ শিল্পৰত্ন অসম বঁটা ৷ শিল্পী সমাজ , অসমে বিশিষ্ট শিল্পী গৰাকীলৈ আগবঢ়াইছে এই বিশেষ সন্মান ৷ সমগ্ৰ জীৱন জুৰি ঢোলৰ লগতে অন্যান্য থলুৱা বাদ্য যন্ত্ৰৰ চৰ্চাৰ জৰিয়তে শিল্পী গৰাকীয়ে অসমীয়া লোক সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আগবঢ়াই আহিছে গুৰুত্বপূৰ্ণ অৱদান ৷ চাওক এই প্ৰতিবেদন....

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.