এআইইউডিএফৰে মিত্ৰতা কংগ্ৰেছৰ ভুল সিদ্ধান্ত: শ্বেৰমান আলী আহমেদ - এ আই ইউ ডি এফ
🎬 Watch Now: Feature Video

বাঘবৰত নিশ্চিত বিজয়ৰ দিশত শ্বেৰমান আলী আহমেদ ৷ প্ৰায় ১৫ হাজাৰ ভোটৰ ব্যৱধানত বিজয়ী হোৱাৰ দিশে কংগ্ৰেছ প্ৰাৰ্থী শ্বেৰমান আলী আহমেদ ৷ ইফালে এআইইউডিএফৰে মিত্ৰতা কৰাটো কংগ্ৰেছৰ ভুল সিদ্ধান্ত আছিল বুলি মন্তব্য় কৰে শ্বেৰমান আলী আহমেদে ৷