হঠাৎ কিয় মাজুলীলৈ গ’ল সৰ্বানন্দ সোণোৱাল !

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 20, 2021, 10:23 AM IST

মাজুলীৰ প্ৰত্যেকজন ব্যক্তিয়েই ৰাসত মনে-প্ৰাণ ঢালি জড়িত হৈ পৰে বাবেই মাজুলীৰ ৰাস (Majuli Raas)ৰ এক স্বকীয়তা আছে ৷ মাজুলীত উপস্থিত হৈ এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)ৰ ৷ সাংবাদিকৰ আগত তেখেতে মন্তব্য কৰি কয়, মাজুলীৰ ৰাইজ ঐতিজ্য আৰু পৰম্পৰাৰে সাঙোৰ খাই আছে ৷ আধ্যাত্মিক ভাৱধাৰাৰে তেওঁলোক চলে আৰু সেই চিন্তা-চৰ্চাৰেই তেওঁলোকে ৰাস মহোৎসৱ উদযাপন কৰি আহিছে ৷ লগতে কৃষি আইন সন্দৰ্ভত মন্তব্য কৰি কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ কৃষকক সন্মান জনাই তিনিওখন কৃষি আইন (Farm Laws) বাতিল কৰা সিদ্ধান্তক সুন্দৰ পদক্ষেপ বুলি আখ্যা দিয়ে সোণোৱালে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.