thumbnail

By

Published : Mar 25, 2021, 5:35 PM IST

ETV Bharat / Videos

নগাঁৱত সংকল্প পত্ৰ মুকলি বিজেপিৰ

বৃহস্পতিবাৰে নগাঁৱত সংকল্প পত্ৰ মুকলি বিজেপিৰ ৷ সংকল্প পত্ৰ মুকলি কৰি কংগ্ৰেছ, এআইইউডিএফ-ক সমালোচনা ৰাজ্যিক বিজেপিৰ সম্পাদক ডিপ্লোৰঞ্জন শৰ্মাৰ ৷ কংগ্ৰেছে এআইইউডিএফ-ৰ শৰণ লৈ নিৰ্বাচনী বৈতৰণী পাৰ কৰিব বুলি মন্তব্য কৰে ডিপ্লোৰঞ্জন শৰ্মাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.