thumbnail

By

Published : Jul 1, 2021, 7:47 PM IST

ETV Bharat / Videos

অখিল গগৈ(Akhil Gogoi)ৰ মুক্তিৰ সন্দৰ্ভত ভিন্নজনৰ প্ৰতিক্ৰিয়া

ডেৰ বছৰ ধৰি কাৰাৰুদ্ধ হৈ আছিল কৃষক মুক্তি সংগ্ৰাম সমিতি(KMSS) ৰ নেতা তথা শিৱসাগৰৰ বৰ্তমানৰ বিধায়ক(Sivsagar MLA) অখিল গগৈ ৷ অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল অখিল গগৈ(Akhil Gogoi)ৰ ৷ 'NIA' ৰ সকলো গোচৰৰ পৰা দোষমুক্ত হ'ল অখিল গগৈ । বৃহস্পতিবাৰে গগৈৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰি NIA ৰ বিশেষ আদালতে অখিল গগৈক দোষমুক্ত কৰে ৷ NIA ৰ তৰফৰ পৰা অখিল গগৈক দোষী সাব্যস্ত কৰিব পৰা কোনো তথ্য তথা যুক্তি নথকাত আদালতে দোষমুক্ত কৰে ৷

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.