MLA Monoranjan Talukdar on new SOP : ক'ভিডৰ নতুন নিৰ্দেশনাক তীব্ৰ সমালোচনা সৰভোগৰ বিধায়কৰ - চিপিআইএমৰ দ্বাদশ সন্মিলনত উপস্থিত বিধায়ক মনোৰঞ্জন তালুকদাৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14138039-thumbnail-3x2-cpim.jpg)
মাণিকপুৰত অনুষ্ঠিত হৈছে চিপিআইএমৰ বঙাইগাঁও জিলাৰ দ্বাদশ সন্মিলন (12th CPIM Bongaigaon District general meeting) ৷ শনিবাৰে অনুষ্ঠিত এই সন্মিলনৰ মুকলি সভাত জিলাখনৰ চিপিআইএমৰ দলীয় নেতা-কৰ্মীৰ সৈতে সহস্ৰাধিক ৰাইজৰ উপস্থিতিত বক্তব্য প্ৰদান কৰে বিধায়ক গৰাকীয়ে (12th CPIM meeting held at Manikpur) ৷ ক'ভিডৰ নতুন SOP সম্পৰ্কে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰ দি চৰকাৰৰ নতুন নিৰ্দেশনাক তীব্ৰ সমালোচনা কৰে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে (MLA Manoranjan Talukdar at CPIM general meeting) ৷ ক'ভিডৰ নতুন নিৰ্দেশনাই যদি ৰাইজৰ ক্ষতি কৰে, তেন্তে তেনে নিৰ্দেশনা কোনোপধ্যে মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে বিধায়কগৰাকীয়ে ৷