7টাকৈ স্থানেৰে ৰামানুজনৰ কৃতিত্ব - hsslc
🎬 Watch Now: Feature Video

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ ৷ বিজ্ঞান শাখাত 7 টাকৈ স্থান দখলেৰে উজলি উঠিছে ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় ৷ ৰাজ্যৰ ভিতৰতে বিজ্ঞান শাখাত প্ৰথম স্থান অধিকাৰ কৰে মহাবিদ্যালয়খনৰ বিতোপন আৰান্ধৰাই ৷ বিতোপনে 478 নম্বৰেৰে লাভ কৰে শীৰ্ষস্থান৷ এই সন্দৰ্ভত চাওঁ আহক আমাৰ নগাঁৱৰ সংবাদদাতাৰ এক প্ৰতিবেদন ৷