thumbnail

COVID-19 : প্ৰতিখন জিলাত কেনেকৈ চলিছে সজাগতা !

By

Published : May 9, 2020, 9:12 PM IST

COVID-19 ৰ আতংকত স্ত্ৰস্তমান সমগ্ৰ ৰাজ্য ৷ শেহতীয়াকৈ ৰাজ্যত চাৰিদিনত পোহৰলৈ আহিছে 14 টাকৈ COVID-19 আক্ৰান্তৰ ঘটনা ৷ COVID-19ৰ হট্ স্পটলৈ পৰিণত গুৱাহাটী আৰু শিলচৰ ৷ 3 মে'ত দ্বিতীয় পৰ্যায়ৰ লক্ ডাউন অন্ত পৰাৰ পাচত ৰাজ্যৰ গ্ৰীণ জ'নত শিথিল কৰি দিয়া হয় লক্ ডাউন ৷ কিন্তু তাৰ পাচতেই ৰাজ্যত পুনৰ চিনাক্ত হ'বলৈ ধৰিছে কৰ'ণা আক্ৰান্ত ব্যক্তি ৷ 7মে'ত ৰাজ্যত চিনাক্ত হয় 8 গৰাকীকৈ কৰ'ণা আক্ৰান্ত ৰোগী ৷ 8 মে'ত পুনৰ ৰাজ্যত ধৰা পৰে 6 গৰাকীৰ দেহত কৰ'ণা ৷ যাৰ বাবে তৎপৰ হৈছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ ৷ COVID-19ৰ আক্ৰান্তৰ বাবে ৰাজ্যত কি ধৰণে ব্যৱস্থা কৰা হৈছে চাওক এই প্ৰতিবেদনৰ যোগেদি ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.