তেজপুৰত দেৱী দুৰ্গাক আদৰাৰ প্ৰস্তুতি - দুৰ্গা পূজা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 5, 2021, 2:59 PM IST

দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী । দেৱী দুৰ্গাক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী । প্ৰতিটো পূজা কমিটী এতিয়া অত্যন্ত ব্যস্ত হৈ পৰিছে । ইয়াৰ মাজতে কিছু পৃথক পদক্ষেপ লৈছে তেজপুৰ বাৰোৱাৰী মন্দিৰ পূজা কমিটীয়ে । এই মন্দিৰত এইবাৰ মহিলাসকলে পূজা পৰিচালনা কৰিব । দেৱীক আদৰাৰ পৰা বিসৰ্জনলৈ সকলোতে মহিলাসকলে আগভাগ ল'ব । ইতিমধ্যে মহিলাসকলে পূজাৰ প্ৰস্তুতি আৰম্ভ কৰিছে । দেৱীৰ আৰাধনা গীতেৰে মুখৰিত হৈ পৰিছে তেজপুৰ বাৰোৱাৰী মন্দিৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.