thumbnail

By

Published : Jan 28, 2022, 6:21 PM IST

ETV Bharat / Videos

নগাঁও আৱৰ্ত ভৱনত চলি আছে কীৰ্তিকমল বৰা এনকাউণ্টাৰৰ তদন্তৰ শুনানি

নগাঁও আৱৰ্ত ভৱনত চলি আছে কীৰ্তিকমল বৰা এনকাউণ্টাৰৰ(Student Leader Shot by Police in Nagaon) তদন্তৰ শুনানি (Public Hearing of Kirtikamal Bora encounter) । নগাঁও আৰক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিছত প্ৰত্যক্ষদর্শীৰ ভাষ্য গ্ৰহণ কৰিছে তদন্তৰ দায়িত্বত থকা ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে । অসুস্থতাৰ বাবে কীৰ্তিকমল বৰাৰ মাতৃয়ে দিব পৰা পৰা নাই সাক্ষ্য। কীৰ্তিকমল বৰাৰ পিতৃৰ লগতে পৰিয়ালৰ লোকৰ সাক্ষ্যও গ্ৰহণ কৰিছে তদন্তকাৰী বিষয়াই । সাত দিনৰ ভিতৰতে তদন্তৰ (Inquiry on Nagaon encounter) প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.