মাজুলীত 2 ঘণ্টা ধৰি এম্বুলেন্সৰ বাবে অপেক্ষা কৰিলে ক'ভিড ৰোগীয়ে - ক'ভিড ৰোগী
🎬 Watch Now: Feature Video
মাজুলীত ক'ভিড ৰোগীয়ে হাহাকাৰ কৰিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে ৷ পুৱা 9 বজাতে কভিড পজিটিভ হোৱাৰ পাছতো ১১ বজালৈ আহি নাপায় ১০৮ এম্বুলেন্স। অফলামুখ ফেৰী ঘাটত ২ ঘণ্টা ধৰি অপেক্ষা কৰিলে এগৰাকী ক'ভিড ৰোগীয়ে। ক'ভিড পজিটিভ ৰোগী গৰাকীৰ নাম উজ্বল বাৰিক ৷