প্ৰাসংগিক প্ৰেক্ষাপট : এইবাৰৰ অতিথি ছিপাঝাৰৰ কুলদীপ বৰুৱা - PRAXONGIK PREKHYAPOT
🎬 Watch Now: Feature Video

প্ৰাসংগিক প্ৰেক্ষাপটত এইবাৰৰ অতিথি ছিপাঝাৰৰ কুলদীপ বৰুৱা ৷ বৰুৱা বিশিষ্ট সমাজকৰ্মী তথা দৰং জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৷ ছিপাঝাৰৰ কংগ্ৰেছ নেতা সকলে দল ত্যাগ কৰে কিয় ? যাকেই বিশ্বাস কৰে সিয়েই ৰামঠগন দিয়ে ছিপাঝাৰ সমষ্টিৰ ৰাইজক ! কুলদীপ বৰুৱাই ক'লে কিয় দল এৰি যায় কংগ্ৰেছী নেতাই ৷ এগৰাকী সমাজকৰ্মী তথা আগশাৰীৰ নেতা কুলদীপ বৰুৱাৰ মন কি ? চাওক এই সংখ্যাৰ প্ৰাসংগিক প্ৰেক্ষাপটত-
TAGGED:
PRAXONGIK PREKHYAPOT