বিশ্বকৰ্মা পূজাৰ মৃণ্ময় মূৰ্তি বনোৱাত ব্যস্ত মৃৎ শিল্পী - ৰঙিয়াৰ মৃৎ শিল্পী
🎬 Watch Now: Feature Video

সমাগত বিশ্বকৰ্মা পূজা(Vishwakarma Puja) ৷ পূজাক লৈ মৃণ্ময় মূৰ্তি বনোৱাত ব্যস্ত মৃৎ শিল্পীসকল(Pottery Artist) ৷ বিশ্বৰ খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়তে ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ ৰঙিয়াতো বিশ্বকৰ্মাৰ মৃণ্ময় মূৰ্তিত পৰশ দিছে মৃৎ শিল্পীসকলে । ক’ভিড(Covid) সৃষ্ট পৰিস্থিতিৰ বাবে বিগত দুটা বছৰে ব্যৱসায়ত লোকচান হৈছিল যদিও লাহে লাহে স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ বাবে ব্যৱসায় কিছু ভাল হোৱাৰ আশা প্ৰকাশ কৰিছে শিল্পীসকলে । পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হোৱাৰ লগে লগে পুনৰ মৃৎ শিল্পীসকল ব্যস্ত হৈ পৰিছে ৷ পূৰ্বৰ দৰে নহ’লেও কিছু পৰিমাণে মূৰ্তি বিক্ৰী কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী শিল্পীসকল ৷
Last Updated : Sep 13, 2021, 10:18 AM IST