বানৰ বিভীষিকা : পবিতৰাত বন্যপ্ৰাণীৰ জীৱন ৰক্ষাৰ সংগ্ৰাম - জীৱন ৰক্ষা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 16, 2019, 2:59 PM IST

চাৰিওফালে পানীয়ে প্লাবিত কৰি ৰখা এই দৃশ্য পবিতৰা অভয়াৰণ্যৰ ৷ এই দৃশ্য প্ৰত্যক্ষ কৰি আপুনি নিশ্চয় অনুমান কৰিব পৰিছে যে কিমান ভয়াৱহ বানৰ কবলত পৰিছে অভয়াৰণ্যখনৰ বন্যপ্ৰাণী? এই গঁড়টোৰ পোৱালীক চাওক কিদৰে পানীত সাঁতুৰি নিৰাপদ স্থানৰ সন্ধান চলাইছে । বানপানীৰ পৰা ৰক্ষা কৰিবলৈ গঁড় পোৱালিটোক নিৰাপদ স্থানলৈ লৈ গৈছে নিজৰ মাতৃয়ে । বানৰ বিভীষিকাৰ মাজতে পবিতৰাৰ এই দৃশ্য এতিয়া সুলভ হৈ পৰিছে কাজিৰঙাত ৷ বলিয়া বানৰ পৰা ৰক্ষা পাবলৈ ওখস্থান সমূহত এতিয়া একেলগে আশ্ৰয় ল'বলৈ বাধ্য হৈছে পবিতৰাৰ গঁড়, মহ আৰু গাহৰি । এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.