thumbnail

PGSU Election in Gauhati university : কৃষ্ণচূড়াৰ দেশত আদৰ্শৰ যুদ্ধ

By

Published : Nov 26, 2021, 7:33 PM IST

বছৰৰ 365 দিনেই জ্ঞানৰ অন্বেষণত ব্যস্ত হৈ থকা কৃষ্ণচূড়াৰ দেশ গুৱাহাটীত বিশ্ববিদ্যালয়ত এতিয়া চলিছে যুদ্ধৰ প্ৰস্তুতি ৷ গুলী-বাৰুদৰ যুদ্ধ নহয় বিশ্ববিদ্যালয়ৰ চৌহদত এতিয়া চলিছে আদৰ্শৰ যুদ্ধৰ আখৰা ৷ সমাগত স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ (PGSU Election in Gauhati university) পূৰ্বে বিশ্ববিদ্যালয় খনত চলিছে শ্ৰেষ্ঠতা প্ৰদৰ্শনৰ অবিৰত প্ৰচেষ্টা ৷ এনে সময়তে বিশ্ববিদ্যালয়ৰ এই নিৰ্বাচনী যুদ্ধত ভাগ লোৱা কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীয়ে(GUPGSU election candidates) প্ৰকাশ কৰিলে মনৰ বতৰা চাও আহক কি ক’লে তেওঁলোকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.