অসমত প্ৰথমবাৰৰ বাবে মুকুতাৰ খেতি ! - মুকুতা খেতি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-5879319-231-5879319-1580350694773.jpg)
বটদ্ৰৱা, 30 জানুৱাৰীঃ ই টি ভি ভাৰতত এটা বাতৰি সম্প্রচাৰ হোৱাৰ পিছতেই জনপ্রিয় হৈ পৰিছে নগাঁও জিলাৰ ধিঙৰ ৰুলেন হাজৰিকা নামৰ যুৱকজন । যুৱক জনে অসমত পোন প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছিল মুকুতাৰ খেতি ৷ বাংলাদেশ আৰু বহিঃৰাজ্যত প্ৰশিক্ষণ লৈ বিজ্ঞানৰ স্নাতক ৰুলেন হাজৰিকাই নিজা ববীয়াকৈ আৰম্ভ কৰিছিল মুকুতা খেতি । এই বাতৰি সম্প্রচাৰ হৈছিল একমাত্র ই টি ভি ভাৰতত । ইয়াৰ পাছতেই ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত যুৱকে ৰুলেন হাজৰিকাৰ ওচৰত মুকুতা খেতিৰ প্ৰশিক্ষণ ল'বলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে ৷