thumbnail

By

Published : Jun 24, 2019, 12:33 PM IST

ETV Bharat / Videos

জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে হাইলাকান্দিবাসীক

হাইলাকান্দি,২৪ জুন: ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ সৰ্বত্ৰে এতিয়া বেয়া পথক লৈ হাহাকাৰ । হাইলাকান্দি জিলাৰ মিজোৰাম সংযোগী ১৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো সম্প্ৰতি বিধ্বস্ত । জিলাখনৰ কাটলিছেড়া বিধানসভা সমষ্টিৰ অন্তৰ্গত এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক । চাওঁক আমাৰ এক প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.