thumbnail

By

Published : Apr 30, 2019, 7:15 PM IST

ETV Bharat / Videos

এখন আদৰ্শ গাঁও; কিন্তু আছে কি গাঁওখনত?

অসম আন্দোলনৰ পাচতেই ১৯৮৪ চনত ভূমিহীন হোৱা বিভিন্ন অঞ্চলৰ প্ৰায় ৪০ টা পৰিয়ালক সেই সময়ৰ কংগ্ৰেছ চৰকাৰে সংস্থাপিত কৰিছিল নগাঁৱৰ হাতীচুং ফুলনিআটিৰ পাৰ্শ্বৱৰ্তী এই অঞ্চলত । আৰু নাম ৰখা হৈছিল আদৰ্শ গাঁও ৷ কিন্তু আজি সৰ্বদিশতে অৱহেলিত এইখন ফুলনিআটি আদৰ্শ গাঁও ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.