thumbnail

By

Published : Dec 15, 2021, 5:12 PM IST

Updated : Dec 15, 2021, 5:41 PM IST

ETV Bharat / Videos

পুৱাৰ আনন্দ বিলাই ফুৰা এগৰাকী বিশেষ যুৱতী

পুৱাৰ চাহকাপৰ সৈতে বাতৰিকাকতখন হাতত তুলি লোৱাতো হয়তো আপোনাৰ নিত্যনৈমিত্তিক অভ্যাস (Morning tea with newspaper) । অধিক সংখ্যক লোকৰে নিয়মীয়াকৈ কাকতখনত এবাৰ চকু নুফুৰালে হয়তো ভালেই নালাগে ৷ বিশেষকৈ কাকতখনৰ বাতৰিৰ শিৰোনামকেইটাত চকু নুফুৰালে যেন সেমেকা হৈ পৰে পুৱাৰ আনন্দ (Joy in the morning)। সেয়েহে পুৱাই হকাৰজন নহালৈকে আপোনাৰ দৃষ্টি হয়তো থাকে পদুলিলৈ ৷ কিন্তু আপুনি জানি আচৰিত হ’ব, অসমৰে এটি অঞ্চলত বাতৰিকাকতখন আহি নোপোৱালৈকে সকলোয়ে বাট চাই খাকে এগৰাকী বিশেষ যুৱতীলৈ ৷ কিন্তু কিয়, জানিবলৈ চাওক এই প্ৰতিবেদন...
Last Updated : Dec 15, 2021, 5:41 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.