thumbnail

By

Published : Mar 27, 2021, 12:34 PM IST

ETV Bharat / Videos

ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰাঞ্জল ঘাটোৱাৰে

খোৱাং গ্ৰাণ্ট সৰ্বোদয় প্ৰাথমিক বিদ্যালয়‌ত ভোটদান কৰিলে কংগ্ৰেছ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰে ৷ ১১৫ নং মৰাণ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াইছে প্ৰাঞ্জল ঘাটোৱাৰে ৷ ভোট প্ৰদান কৰি কংগ্ৰেছ প্ৰাৰ্থীজনে ৰাইজৰ ব্যাপক সঁহাৰি পোৱা বুলি সাংবাদিকক জনায় ।‌

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.