Outsourcing Panchayat Employee: চাকৰি নিয়মীয়কৰণৰ দাবীত ঠিকাভিত্তিক পঞ্চায়ত কৰ্মচাৰীৰ ধৰ্মঘট
🎬 Watch Now: Feature Video
নগাঁৱতো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীৰ কৰ্মবিৰতি (Outsourcing Panchayat Employees protest)৷ নগাঁও জিলা গ্ৰামোন্নয়ণ অভিকৰণ চৌহদত অৱস্থান ধৰ্মঘট কৰ্য্যসূচী ৰূপায়ন কৰে ঠিকাভিত্তিক কৰ্মচাৰীসকলে । ৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰা, চাকৰি নিয়মীয়কৰণ কৰি অইন কৰ্মচাৰীৰ সমমৰ্য্যদা প্ৰদানকে ধৰি কেবাটাও দাবীত কৰ্মবিৰতিৰ লগতে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে কৰ্মচাৰীসকলে । দাবী পূৰণ নোহোৱা পৰ্য্যন্ত কৰ্মবিৰতি পালন কৰাৰ সিদ্ধান্ত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ ৷