বিজয়া দশমীৰ দিনটোত আৰক্ষী প্ৰশাসনক NSUI ৰ বিশেষ সন্মান - বঙাইগাঁও জিলা NSUI
🎬 Watch Now: Feature Video

বিজয়া দশমীৰ বিশেষ দিনটোতে বঙাইগাঁও জিলা NSUI ৰ উদ্যোগত অভয়াপুৰীত এক ব্যতিক্ৰমী পদক্ষেপ । দুৰ্গা পূজাস্থলীত কৰ্মৰত আৰক্ষী প্ৰশাসনক বঙাইগাঁও জিলা NSUI ৰ ফালৰ পৰা একোখন ফুলাম গামোচা আৰু মিঠাইৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । পূজাৰ বতৰত নিজৰ পৰিয়াল বৰ্গৰ পৰা আতঁৰত থাকি ৰাইজক যিদৰে সহায় সহযোগিতা আগবঢ়াইছে দিছে তাক বঙাইগাঁও জিলা NSUI ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰি পালন কৰা হয় এই অনুষ্ঠান ।