ঢেকীয়াজুলি সমষ্টিৰ বাবে কংগ্ৰেছ ফেক্টৰ নহয় - nominataion for member of congress member ashok singhal etv bharat news
🎬 Watch Now: Feature Video
তেজপুৰত মনোনয়ন পত্ৰ দাখিল কৰিলে 71 নং ঢেকীয়াজুলি সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক তেজপুৰ অশোক সিংহলে । মনোনয়ন পত্ৰ দাখিল কৰি তেওঁ ইটিভি ভাৰতৰ আগত মন্তব্য কৰে যে, বিজেপিৰ কোনো বাধা নাই ৷ হাগ্ৰামা মহিলাৰীয়ে দাবী কৰা কথা কোনো কাৰণতে নহয়, কাৰণ মহিলাৰী তেওঁৰ ঘনিষ্ঠ বন্ধু ৷ এতিয়া তেওঁ কংগ্ৰেছৰ লগত হোৱাৰ কাৰণে এনেদৰে মত প্ৰকাশ কৰিছে ।