thumbnail

ভক্তিমূলক গীত,বাউলত মগ্ন অম্বুবাচীলৈ অহা ভক্তগণ

By

Published : Jun 24, 2019, 1:43 PM IST

মহা অম্বুবাচীক লৈ উখল মাখল মহানগৰী ৷ মাৰ আশীষ বিচাৰি আগমন ঘটিছে দেশ-বিদেশৰ ভক্তবৃন্দৰ ৷ মহানগৰীৰ ভূটনাথত নিশা দেখিবলৈ পোৱা গ'ল বিচিত্ৰময় পৰিৱেশ ৷ ভক্তিমূলক গীত,বাউল গীতত মগ্ন হৈ পৰিছে ভক্তগণ ৷ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.