কুমাৰী পূজা সন্দৰ্ভত কি মন্তব্য জ্যোতিষীৰ...

By

Published : Oct 18, 2020, 4:54 PM IST

thumbnail

শক্তিপূজাৰ প্ৰতীক হিচাপে পালন কৰা হয় দুৰ্গা পূজা ৷ অইন বছৰৰ দৰে এইবেলিও অনুষ্ঠিত কৰা হ’ব শাৰদীয় দুৰ্গা পূজা ৷ মহানগৰীৰ নীলাচলৰ বুকুত অৱস্থিত মা কামাখ্যা দেৱালয়তো আয়োজন কৰা হৈছে দুৰ্গা পূজা ৷ সমান্তৰালকৈ আয়োজন কৰা হৈছে কুমাৰী পূজা ৷ কুমাৰী পূজাৰ বিশেষত্ব এয়ে যে,ন গৰাকী অকুমাৰী ছোৱালীক দেৱী দুৰ্গাৰ নটা ভিন্ন ৰূপ হিচাপে গণ্য কৰি পালন কৰা হয় কুমাৰী পূজা ৷ কুমাৰী পূজাৰ জৰিয়তে দেৱী দুৰ্গাই ভক্তৰ মনোকামনা পূৰ্ণ কৰি বুলি বিশ্বাস প্ৰচলিত হৈ আহিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.