ভক্তৰ তাকৰীয়া সমাগমেৰে মৰিগাঁৱত নৱমী পূজা - নৱমী পূজা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-9309696-thumbnail-3x2-kk.jpg)
বৈদিক ৰীতি-নীতিৰে ক’ভিড প্ৰট'কলৰ মাজেৰে মৰিগাঁৱত দুৰ্গোৎসৱৰ নৱমী পূজা সম্পাদন ৷ প্ৰতিকূল বতৰ, কৰ'ণাৰ ত্ৰাসৰ মাজতো মৰিগাঁৱত দেৱী দুৰ্গাৰ আশীষ ল'বলৈ উলাই আহিল একাংশ ভক্ত ৷