পাগলদিয়াৰ বাঢ়নী পানীয়ে উতুৱালে নিৰ্মীয়মান পকী দলং - pegladia river floods
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12026918-thumbnail-3x2-hdh.jpg)
নেৰা-নেপেৰা বৰষুণৰ ফলত পাগলদিয়া নৈৰ বাঢ়নী পানীয়ে এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ নলবাৰী জিলাৰ সন্ধাত নিৰ্মাণ হৈ থকা এখন পকী দলং উটুৱাই নিলে পাগলদিয়া নৈৰ বাঢ়নী পানীয়ে ৷ ইফালে দলংখনৰ এটা অংশ ভাঙি যোৱাৰ ফলত দলং নিৰ্মাণত কাম কৰি থকা কেইবাগৰাকীও শ্ৰমিক আঘাত প্ৰাপ্ত হয় ৷