হৃদয়হীন পিতৃৰ বিৰুদ্ধে কঠোৰ আৰক্ষী - নগাওঁ আৰক্ষী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4019145-thumbnail-3x2-pitri---copy.jpg)
বৃহস্পতিবাৰে নগাঁৱৰ চামগুৰিৰ মৌমাৰিত এজন নিষ্ঠুৰ পিতৃয়ে নিজ কন্যাক গুৰুলা গুৰুলকৈ মাৰপিট কৰা ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাচতেই পাষাণ পিতৃৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ নগাওঁ আৰক্ষীৰ , ইতিমধ্যে পিতৃ জামালউদ্দিনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ আৰক্ষীৰ ৷