মানৱ সভ্যতাৰ বিকাশৰ পৰিক্ৰমা চাবলৈ কোনখন পূজালৈ যাব ? - nagaon puja
🎬 Watch Now: Feature Video
মহাসপ্তমীত উখল মাখল চৌদিশ। চৌদিশে কেৱল দেৱী বন্দনা। ব্যতিক্ৰম নহয় নগাঁও চহৰ। নগাঁও চহৰৰ হিন্দু মিলন মন্দিৰ পূজা সমিতিয়ে নিৰ্মাণ কৰিছে পাহাৰৰ আৰ্হিত আকৰ্ষণীয় পূজা মণ্ডপ। য'ত দেখুওৱা হৈছে মানৱ সভ্য়তাৰ বিকাশৰ পৰিক্ৰমা । আদিম যুগৰ পৰা মানুহ কেনেকৈ আধুনিক যুগলৈ ৰূপান্তৰিত হৈছে তাৰ এক ছবি দাঙি ধৰিবলৈ চেষ্টা কৰিছে পূজা সমিতিখনে। এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদনঃ