thumbnail

নগাঁৱত অগপৰ প্ৰতিবাদী সমদল : নেতৃত্বত প্ৰফুল্ল কুমাৰ মহন্ত !

By

Published : Dec 19, 2019, 6:11 PM IST

বৃহস্পতিবাৰে নগাঁৱত অসম গণ পৰিষদ দলে সাব্যস্ত কৰে প্ৰতিবাদ ।  এই প্ৰতিবাদী সমদলক নেতৃত্ব দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই, নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বিৰুদ্ধে ওলায় এই প্ৰতিবাদী সমদলটো ৷ এই সন্দৰ্ভত আমাৰ সাংবাদিকৰ এক বিশেষ প্ৰতিবেদন-

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.