দুৰ্গা পূজাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা নগাওঁ আৰক্ষীৰ : নগাওঁ চহৰৰ মাজমজিয়াত স্থাপন আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষ - Nagaon Police
🎬 Watch Now: Feature Video

শাৰদীয় দুৰ্গোৎসৱৰ সময়ত নগাঁৱত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে নগাওঁ আৰক্ষীয়ে। নগাওঁ চহৰৰ মাজমজিয়াত স্থাপন কৰিছে আৰক্ষী নিয়ন্ত্ৰণ কক্ষ। উচ্চ পদস্থ বিষয়াই তদাৰক কৰিছে নিৰাপত্তাৰ দিশ । এই সন্দৰ্ভত আমাৰ সাংবাদিকৰ এক বিশেষ প্ৰতিবেদন ৷