আশ্ৰয় শিবিৰৰ পৰা উভটি উচুপি উঠিল এজনী কণমানি...... - nagaon-flood
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3903903-thumbnail-3x2-k.jpg)
বানৰ তাণ্ডৱত ঘৰ বাৰী এৰি ওখ পথত আশ্ৰয় লোৱা ভগামুখৰ এটা পৰিয়ালে আশ্ৰয় শিবিৰৰ পৰা উভতি আহি নাপালে নিজৰ ঘৰখন । বানত সবশ্ৰ হেৰুৱা জহুৰ আলীৰ পৰিয়ালটোৰ সপোনবোৰ ঠান-থিত লগাৰ আগতেই পুনৰ জুইত ভস্মীভূত হ'ল পৰিয়ালটোৰ সকলো ৷ যাৰ পাচতে এতিয়া অনাহাৰে দিন কটাইছে পৰিয়ালটোৱে । চাওক এক প্ৰতিবেদনঃ