সাংসদ প্ৰদান বৰুৱাই সাব্যস্ত কৰিলে ভোটাধিকাৰ - MP pradan Boruah
🎬 Watch Now: Feature Video
ধেমাজিৰ ৰূপনাথ ব্ৰক্ষ্ম হাইস্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত পৰিবাৰৰ সৈতে ভোটদান সাব্যস্ত কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ৷ ভোটাৰৰ দীঘলীয়া শাৰীত আধা ঘণ্টাৰো অধিক সময় শাৰীপাতি সাংসদ প্ৰদান বৰুৱাই ভোটদান কৰে ৷
Last Updated : Mar 27, 2021, 3:51 PM IST