মৰিগাঁৱৰ জাংফাই বিহুৱা দলৰ ব্যাপক প্ৰস্তুতি - অসমীয়াৰ নঙলা মুখ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 10, 2021, 4:09 PM IST

অসমীয়াৰ নঙলা মুখত হেঁপাহৰ বহাগ বিহু । হেঁপাহৰ ৰঙালিক আদৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলা বিভিন্ন ঠাইত চলিছে বিহুৰ আখৰা । মৰিগাঁৱৰ জাংফাই বিহুৱা দলে ৰঙালীক আদৰিবলৈ ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.